This Assam History MCQ covers various history topics, from ancient times to modern events. You will find information on the Ahom Kingdom, the Koch Kingdom, and British rule in Assam. The content is simple and to the point, making it easy to understand.
If you are preparing for Assam state government exams, this Assam History MCQ can be helpful. It provides relevant historical details that can help you in your studies. The goal is to make learning history easier for everyone. Whether you are a student or just curious about Assam’s past, you will find useful information here.
Q1: যোগিনী তন্ত্ৰ’ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল?
A: ৬টা
B: ৪টা
C: ৮টা
D: ৫টা
B. ৪টা
Q2: গুৱাহাটীৰ দীঘলী পুখুৰীটৌ কোনে খন্দাইছিল ?
A: ভগদত্ত
B: বজ্ৰদত্ত
C: ৰত্নাসুৰ
D: হৰ্ষবৰ্মা
A. ভগদত্ত
Q3: ৰুক্মিণী হৰণ’ কাব্য কোনে ৰচনা কৰিছিল ?
A: মহাপুৰুষ মাধৱদেৱ
B: কালিদাস
C: শ্ৰীমন্ত শংকৰদেৱ
D: অনন্ত কন্দলী
C. শ্ৰীমন্ত শংকৰদেৱ
Q4: তেজপুৰত অৱস্তিত ৰুদ্ৰপদ মন্দিৰ কোনে সজাইছিল ?
A: বজ্ৰদত্ত
B: বাণ ৰজা
C: ভগদত্ত
D: নৰকাসুৰ
B. বাণ ৰজা
Q5: কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন ছাং কামৰূপলৈ আহিছিল ?
A: ভাস্কৰ বৰ্মন
B: পুষ্য বৰ্মন
C: সমুদ্ৰ বৰ্মন
D: মহেন্দ্ৰ বৰ্মন
A. ভাস্কৰ বৰ্মন
Q6: দানৱ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল ?
A: হটকাসুৰ
B: মহীৰংগ দানৱ
C: সম্বৰাসুৰ
D: ৰত্নাসুৰ
B. মহীৰংগ দানৱ
Q7: কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনজন বীৰে অংশ গ্ৰহণ কৰিছিল ?
A: ভগদত্ত
B: ঘটোৎকোছ
C: নৰকাসুৰ
D: Both A and B
D. Both A and B
Q8: বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল ?
A: সমুদ্ৰ বৰ্মন
B: বল বৰ্মন
C: ভাস্কৰ বৰ্মন
D: পুষ্য বৰ্মন
D. পুষ্য বৰ্মন
Q9: বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা জনৰ নাম কি আছিল?
A: ভাস্কৰ বৰ্মন
B: বল বৰ্মন
C: সমুদ্ৰ বৰ্মন
D: নাৰায়ণ বৰ্মন
A. ভাস্কৰ বৰ্মন
Q10: কোনজন ৰজাই ‘ভাস্কৰাব্দ’ বা ‘কামৰূপী চন’ প্ৰৱৰ্তন কৰিছিল?
A: নাৰায়ণ বৰ্মন
B: ভাস্কৰ বৰ্মন
C: মহেন্দ্ৰ বৰ্মন
D: সমুদ্ৰ বৰ্মন
B. ভাস্কৰ বৰ্মন
1 thought on “Assam History MCQ Questions With Answers”